ಅರ್ಥ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
ಉದಾಹರಣೆ :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
ಸಮಾನಾರ್ಥಕ : চাহ গছ, চাহপাত, চাহপাতৰ গছ
ಅರ್ಥ : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
ಉದಾಹರಣೆ :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
ಅರ್ಥ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
ಉದಾಹರಣೆ :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
ಸಮಾನಾರ್ಥಕ : চাহপাত