ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ಉದಾಹರಣೆ : এইখন বিয়াৰ ৰভা
ಸಮಾನಾರ್ಥಕ : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
ಅರ್ಥ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
ಉದಾಹರಣೆ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : চাল
ಅರ್ಥ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
ಉದಾಹರಣೆ : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
ಸಮಾನಾರ್ಥಕ : সৰ
ಸ್ಥಾಪನೆ