ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চাল-চলন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চাল-চলন   বিশেষ্য

ಅರ್ಥ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা

ಉದಾಹರಣೆ : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে

ಸಮಾನಾರ್ಥಕ : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ

ಅರ್ಥ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ

ಉದಾಹರಣೆ : আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত

ಸಮಾನಾರ್ಥಕ : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ

ಅರ್ಥ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

ಉದಾಹರಣೆ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

ಸಮಾನಾರ್ಥಕ : ধৰণ-কৰণ

ಅರ್ಥ : নাৰীৰ আব-হাৱা

ಉದಾಹರಣೆ : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

ಸಮಾನಾರ್ಥಕ : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র

ಅರ್ಥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ಉದಾಹರಣೆ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

ಸಮಾನಾರ್ಥಕ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

ಅರ್ಥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ಉದಾಹರಣೆ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

ಸಮಾನಾರ್ಥಕ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র