ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ಉದಾಹರಣೆ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : চিন, চিহ্ন, নিচান
ಅರ್ಥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ಉದಾಹರಣೆ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ಸಮಾನಾರ್ಥಕ : শক্তি
ಅರ್ಥ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ಉದಾಹರಣೆ : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
ಸ್ಥಾಪನೆ