ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব
ಉದಾಹರಣೆ : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়
ಸಮಾನಾರ್ಥಕ : কুৰিওৱা
ಅರ್ಥ : খেতিৰ মাটিত হাল চলোৱা
ಉದಾಹರಣೆ : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে
ಸಮಾನಾರ್ಥಕ : হাল বোৱা
ಅರ್ಥ : খেতিপথাৰ আদি চহ কৰা
ಉದಾಹರಣೆ : এক একৰ খেতিপথাৰ চহোৱা হʼল
ಸಮಾನಾರ್ಥಕ : চহ কৰা
ಅರ್ಥ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য
ಉದಾಹರಣೆ : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়
ಸಮಾನಾರ್ಥಕ : কুৰিওৱা, চহ কৰা
ಸ್ಥಾಪನೆ