ಅರ್ಥ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
ಉದಾಹರಣೆ :
আজি বাৱতৰ বস্তিত লাঠী চলিল
ಅರ್ಥ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
ಉದಾಹರಣೆ :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
ಸಮಾನಾರ್ಥಕ : চালি লোৱা
ಅರ್ಥ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
ಉದಾಹರಣೆ :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
ಅರ್ಥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
ಉದಾಹರಣೆ :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
ಅರ್ಥ : কোনো বস্তু আদিৰ প্রচলনত অহা
ಉದಾಹರಣೆ :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
ಸಮಾನಾರ್ಥಕ : প্রচলিত হোৱা
ಅರ್ಥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ಉದಾಹರಣೆ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
ಸಮಾನಾರ್ಥಕ : টিকা
ಅರ್ಥ : প্রভুত্ব বিস্তাৰ কৰা কার্য
ಉದಾಹರಣೆ :
গাঁৱত তেওঁৰ বহুত চলে