ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চম্ভালা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চম্ভালা   ক্ৰিয়া

ಅರ್ಥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ಉದಾಹರಣೆ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

ಸಮಾನಾರ್ಥಕ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

ಅರ್ಥ : কোনো কাম আদিৰ দায়িত্ব লোৱা

ಉದಾಹರಣೆ : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

ಅರ್ಥ : ৰোধ কৰি বশত অনা

ಉದಾಹರಣೆ : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

ಅರ್ಥ : কোনো মনোবেগক বাধা দিয়া

ಉದಾಹರಣೆ : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

ಅರ್ಥ : কোনো বস্তু ভালে আছে নে নাই চোৱা

ಉದಾಹರಣೆ : নিজৰ কাপোৰ চম্ভালা