ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
ಉದಾಹರಣೆ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
ಸಮಾನಾರ್ಥಕ : ইন্দু, চন্দ্রমা, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
ಅರ್ಥ : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ
ಉದಾಹರಣೆ : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে
ಸಮಾನಾರ್ಥಕ : চন্দ্রমা
ಸ್ಥಾಪನೆ