ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি লোক খুউব ধূর্ত
ಉದಾಹರಣೆ : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
ಸಮಾನಾರ್ಥಕ : চালাক-চতুৰ, টেঙৰ, ধূর্ত, ধূর্ত্ত, ্চালাক
ಅರ್ಥ : চতুৰতাৰে কাম কৰোঁতাজন
ಉದಾಹರಣೆ : চতুৰ পুলিচ বিষয়াজনে অপৰাধীৰ এটা দলক ধৰিলে
ಸಮಾನಾರ್ಥಕ : টেঙৰ, তিমক, শিয়ান
ಅರ್ಥ : ঠগ-প্রৱঞ্চনা কৰোঁতা
ಉದಾಹರಣೆ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
ಸಮಾನಾರ್ಥಕ : কু-চক্রী, কূটিল, চক্রী, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
ಸ್ಥಾಪನೆ