ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ಉದಾಹರಣೆ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
ಸಮಾನಾರ್ಥಕ : অধৈর্য, অস্থিৰ
ಅರ್ಥ : যি শান্ত নহয়
ಉದಾಹರಣೆ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
ಸಮಾನಾರ್ಥಕ : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
ಸ್ಥಾಪನೆ