ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চক্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চক্র   বিশেষ্য

ಅರ್ಥ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী

ಉದಾಹರಣೆ : তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে

ಸಮಾನಾರ್ಥಕ : বৃত্ত

ಅರ್ಥ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়

ಉದಾಹರಣೆ : এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে

ಅರ್ಥ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা

ಉದಾಹರಣೆ : মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল

ಅರ್ಥ : চকাৰ নিচিনা কোনো গোল বস্তু

ಉದಾಹರಣೆ : এই যন্ত্রটোত ভালেমান চকা আছে

ಸಮಾನಾರ್ಥಕ : চকা

ಅರ್ಥ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

ಉದಾಹರಣೆ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

ಸಮಾನಾರ್ಥಕ : চকা