ಅರ್ಥ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
ಉದಾಹರಣೆ :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
ಅರ್ಥ : ৰেখা আদিৰে ঘেৰি থকা স্থান
ಉದಾಹರಣೆ :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
ಅರ್ಥ : নিজৰ দেশ
ಉದಾಹರಣೆ :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
ಸಮಾನಾರ್ಥಕ : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
ಅರ್ಥ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
ಉದಾಹರಣೆ :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে