ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঘেৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঘেৰা   বিশেষ্য

ಅರ್ಥ : বেৰ আদিৰে ঘেৰি থকা ঠাই

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

ಸಮಾನಾರ್ಥಕ : বেৰা

ಅರ್ಥ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

ಉದಾಹರಣೆ : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

ಅರ್ಥ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ಉದಾಹರಣೆ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

ಸಮಾನಾರ್ಥಕ : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

ಅರ್ಥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ಉದಾಹರಣೆ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

ಸಮಾನಾರ್ಥಕ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

ಅರ್ಥ : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

ಉದಾಹರಣೆ : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

ಸಮಾನಾರ್ಥಕ : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

ಅರ್ಥ : যিটো ঘেৰি থোৱা হৈছে

ಉದಾಹರಣೆ : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

ಸಮಾನಾರ್ಥಕ : আৱৰা, বেষ্টিত