ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঘূৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঘূৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

ಉದಾಹರಣೆ : আমি গোৱাও ভ্রমণ কৰিছোঁ

ಸಮಾನಾರ್ಥಕ : ফুৰা, ভ্রমণ কৰা

ಅರ್ಥ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

ಉದಾಹರಣೆ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

ಸಮಾನಾರ್ಥಕ : দৌৰা, লৰা-ঢপৰা কৰা

ಅರ್ಥ : দিশ পৰিব্্র্তন ্ কৰা

ಉದಾಹರಣೆ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

ಸಮಾನಾರ್ಥಕ : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

ಅರ್ಥ : পিছৰফাললৈ ঘূৰা

ಉದಾಹರಣೆ : ৰামৰ মাত শুনি শ্যামে উভতি চালে

ಸಮಾನಾರ್ಥಕ : উভতি চোৱা, ঘূৰি চোৱা

ಅರ್ಥ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

ಉದಾಹರಣೆ : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

ಅರ್ಥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা