ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঘনান্ধকাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঘনান্ধকাৰ   বিশেষ্য

ಅರ್ಥ : চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি

ಉದಾಹರಣೆ : ঘৰত ৰত্নাৱলীক নাপাই তুলসীদাসে আন্ধাৰ ৰাতিতে ঘৰৰ পৰা ওলাই গʼল

ಸಮಾನಾರ್ಥಕ : অন্ধতমস, আন্ধাৰ ৰাতি, এন্ধাৰ ৰাতি, গাঢ় অন্ধকাৰ, ঘিটঘিটীয়া আন্ধাৰ, ঘিটমিটীয়া আন্ধাৰ, ঘোৰ অন্ধকাৰ, ঘোৰ এন্ধাৰ, ডাঠ আন্ধাৰ, ডাঠ এন্ধাৰ, নিবিড় অন্ধকাৰ

ঘনান্ধকাৰ   বিশেষণ

ಅರ್ಥ : আন্ধাৰেৰে ভৰা

ಉದಾಹರಣೆ : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল

ಸಮಾನಾರ್ಥಕ : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত