ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
ಉದಾಹರಣೆ : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
ಸಮಾನಾರ್ಥಕ : লোৱা-
ಅರ್ಥ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : গ্রাস
ಅರ್ಥ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
ಉದಾಹರಣೆ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : মঞ্জুৰ, স্বীকাৰ
ಸ್ಥಾಪನೆ