ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ಉದಾಹರಣೆ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন
ಅರ್ಥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
ಉದಾಹರಣೆ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
ಸಮಾನಾರ್ಥಕ : গাঁঠি, জোৰা, সন্ধি
ಅರ್ಥ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব
ಉದಾಹರಣೆ : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়
ಸ್ಥಾಪನೆ