ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
ಉದಾಹರಣೆ : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
ಅರ್ಥ : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
ಉದಾಹರಣೆ : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
ಸಮಾನಾರ್ಥಕ : পিটিকা
ಅರ್ಥ : কুটা বা পিচি গুৰি কৰা কাৰ্য
ಉದಾಹರಣೆ : মছলা পিচা হʼল
ಸಮಾನಾರ್ಥಕ : পিচা, বটা
ಸ್ಥಾಪನೆ