ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ಉದಾಹರಣೆ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
ಸಮಾನಾರ್ಥಕ : অকপটীয়া, ঋজু, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু
ಅರ್ಥ : যি গুণেৰে ভৰা
ಉದಾಹರಣೆ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়
ಸಮಾನಾರ್ಥಕ : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণৱন্ত, গুণৱান, ভাল, ্গুণাত্মক
ಅರ್ಥ : যʼত সৎগুণ আছে
ಉದಾಹರಣೆ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
ಸಮಾನಾರ್ಥಕ : গুণশালী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎ, সৎগুণী
ಸ್ಥಾಪನೆ