ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গুণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গুণ   বিশেষ্য

ಅರ್ಥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

ಅರ್ಥ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ಉದಾಹರಣೆ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

ಸಮಾನಾರ್ಥಕ : সূতা, সূত্র, ৰজ্জু

ಅರ್ಥ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

ಉದಾಹರಣೆ : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

ಸಮಾನಾರ್ಥಕ : পূৰণ

ಅರ್ಥ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

ಉದಾಹರಣೆ : তেওঁ ধনুত গুণ লগাই আছে

ಸಮಾನಾರ್ಥಕ : গুণা

ಅರ್ಥ : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

ಸಮಾನಾರ್ಥಕ : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

ಅರ್ಥ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ಉದಾಹರಣೆ : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

ಸಮಾನಾರ್ಥಕ : লক্ষণ

গুণ   বিশেষণ

ಅರ್ಥ : গুণ বা বৃদ্ধি কৰা

ಉದಾಹರಣೆ : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি