ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গুজৰাটী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গুজৰাটী   বিশেষ্য

ಅರ್ಥ : যিজন গুজৰাটৰ নিবাসী

ಉದಾಹರಣೆ : গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে

ಸಮಾನಾರ್ಥಕ : গুজৰাট বাসী, গুজৰাট-বাসী

ಅರ್ಥ : গুজৰাট ৰাজ্যৰ ভাষা

ಉದಾಹರಣೆ : গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে

ಸಮಾನಾರ್ಥಕ : গুজৰাটী ভাষা

ಅರ್ಥ : যি লিপিত গুজৰাটী ভাষা লিখা হয়

ಉದಾಹರಣೆ : মই গুজৰাটী পঢ়িব নোৱাৰোঁ

ಸಮಾನಾರ್ಥಕ : গুজৰাটী লিপি

গুজৰাটী   বিশেষণ

ಅರ್ಥ : গুজৰাটত থকা বা বসতি কৰা

ಉದಾಹರಣೆ : গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে

ಅರ್ಥ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ

ಉದಾಹರಣೆ : তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে

ಅರ್ಥ : গুজৰাট সম্বন্ধীয়

ಉದಾಹರಣೆ : নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে