ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গাখীৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গাখীৰ   বিশেষ্য

ಅರ್ಥ : নাৰীৰ স্তনদেশ

ಉದಾಹರಣೆ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : কুচকুম্ভ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন

ಅರ್ಥ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ

ಉದಾಹರಣೆ : ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল

ಅರ್ಥ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস

ಉದಾಹರಣೆ : কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়

ಅರ್ಥ : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ

ಉದಾಹರಣೆ : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ

ಸಮಾನಾರ್ಥಕ : ক্ষীৰ, দুগ্ধ