ಅರ್ಥ : গাঁৱৰ নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ দ্বাৰা গঠন কৰা পঞ্চায়ত বা পৰিষদ
ಉದಾಹರಣೆ :
গাঁও পঞ্চায়তে গাঁৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, গাঁৱৰ মানুহৰ কাজিয়া-পেচাল আদিৰ মীমাংসাৰ কামো কৰিবলগীয়া হয়
ಸಮಾನಾರ್ಥಕ : গাঁও পঞ্চায়ত, গাঁও-পঞ্চায়ত, ্গাঁও-পৰিষদ