ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত
ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ಅರ್ಥ : যিটো নিন্দা কৰিবৰ যোগ্য
ಉದಾಹರಣೆ : আপুনি বাৰে-বাৰে নিন্দনীয় কাম কিয় কৰে
ಸಮಾನಾರ್ಥಕ : অপবাদমূলক, নিন্দনীয়, নিন্দাকৰ, নিন্দাজনক, নিন্দার্হ, বিগর্হিত
ಸ್ಥಾಪನೆ