ಅರ್ಥ : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
ಉದಾಹರಣೆ :
মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
ಸಮಾನಾರ್ಥಕ : গদগদ্
ಅರ್ಥ : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
ಉದಾಹರಣೆ :
ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
ಅರ್ಥ : অত্যধিক প্রসন্ন
ಉದಾಹರಣೆ :
নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল