ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ಉದಾಹರಣೆ : পাহাৰ-পর্বত স্থিৰ
ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ಅರ್ಥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ಉದಾಹರಣೆ : গছবোৰ সজীৱ সত্ত্বেও অচল
ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
ಅರ್ಥ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
ಉದಾಹರಣೆ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : অগতি, গতিশূন্য, স্থিৰ
ಅರ್ಥ : ৰৈ থকা
ಉದಾಹರಣೆ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : বন্ধ
ಸ್ಥಾಪನೆ