ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ಅರ್ಥ : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
ಉದಾಹರಣೆ : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
ಸಮಾನಾರ್ಥಕ : মোৰ
ಅರ್ಥ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ಉದಾಹರಣೆ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
ಸಮಾನಾರ್ಥಕ : তীব্রতা, বেগ
ಅರ್ಥ : চলি যোৱা বা গতি কৰা কার্য
ಉದಾಹರಣೆ : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
ಸ್ಥಾಪನೆ