ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
ಉದಾಹರಣೆ : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
ಸಮಾನಾರ್ಥಕ : কিলা, কিল্লা, কোঠ, দুর্গ
ಅರ್ಥ : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
ಉದಾಹರಣೆ : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
ಸಮಾನಾರ್ಥಕ : মধ্যমান
ಅರ್ಥ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
ಉದಾಹರಣೆ : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
ಸಮಾನಾರ್ಥಕ : কোঠ, প্রাচীৰ
ಸ್ಥಾಪನೆ