ಅರ್ಥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ಉದಾಹರಣೆ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
ಸಮಾನಾರ್ಥಕ : লোৱা
ಅರ್ಥ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
ಉದಾಹರಣೆ :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
ಸಮಾನಾರ್ಥಕ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
ಅರ್ಥ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
ಉದಾಹರಣೆ :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
ಅರ್ಥ : বাহি থোৱা ভোজন গ্রহণ কৰা
ಉದಾಹರಣೆ :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
ಸಮಾನಾರ್ಥಕ : ভোজন কৰা
ಅರ್ಥ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
ಉದಾಹರಣೆ :
তেওঁ মর্টন ্চোৱাই আছে
ಸಮಾನಾರ್ಥಕ : চোৱোৱা
ಅರ್ಥ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
ಉದಾಹರಣೆ :
অহংকাৰে মানুহক বর্বাদ কৰে
ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা, বর্বাদ কৰা