ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খোলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খোলা   বিশেষ্য

ಅರ್ಥ : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

ಉದಾಹರಣೆ : মায়ে খোলাৰে মালা চিলাই আছে

ಸಮಾನಾರ್ಥಕ : কৱচ, খোলক

ಅರ್ಥ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

ಉದಾಹರಣೆ : বাদামৰ ওপৰত বহুত টান খোলা থাকে

ಸಮಾನಾರ್ಥಕ : আৱৰণ, কবচ

ಅರ್ಥ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

ಉದಾಹರಣೆ : তেওঁ জুহালত চাহ বনাই আছে

ಸಮಾನಾರ್ಥಕ : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

ಉದಾಹರಣೆ : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

ಸಮಾನಾರ್ಥಕ : খোল খোৱা

ಅರ್ಥ : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

ಉದಾಹರಣೆ : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

ಸಮಾನಾರ್ಥಕ : এৰোৱা

ಅರ್ಥ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

ಉದಾಹರಣೆ : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

ಅರ್ಥ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

ಉದಾಹರಣೆ : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

ಸಮಾನಾರ್ಥಕ : খুলি যোৱা

ಅರ್ಥ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

ಉದಾಹರಣೆ : কোনোবা আদিছে, দুৱাৰখন খোলা

ಅರ್ಥ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

ಉದಾಹರಣೆ : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

ಅರ್ಥ : পিন্ধা বস্তু পৃথক কৰা

ಉದಾಹರಣೆ : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

ಸಮಾನಾರ್ಥಕ : সোলোকোৱা

ಅರ್ಥ : বন্ধন, গাঁঠি আদি খোলা

ಉದಾಹರಣೆ : জোতাৰ ৰচীডাল খোলা

ಅರ್ಥ : নিতৌ কার্য আৰম্ভ ্হোৱা

ಉದಾಹರಣೆ : এই বেংকটো ন বজাত খোলে

ಅರ್ಥ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ಉದಾಹರಣೆ : তেওঁৰ ৰহস্য খুলিল

ಸಮಾನಾರ್ಥಕ : ওলোৱা, ফাদিল হোৱা

ಅರ್ಥ : নতুনকৈ আৰম্ভ কৰা

ಉದಾಹರಣೆ : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

ಅರ್ಥ : বেংক আদিত খাটা আৰম্ভ কৰা

ಉದಾಹರಣೆ : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

ಅರ್ಥ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

ಅರ್ಥ : ঢাকি নৰখা বা আৱৰি নৰখা

ಉದಾಹರಣೆ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

ಸಮಾನಾರ್ಥಕ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

ಅರ್ಥ : যিটো বন্ধ নহয়

ಉದಾಹರಣೆ : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

ಅರ್ಥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

ಉದಾಹರಣೆ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

ಸಮಾನಾರ್ಥಕ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে