ಅರ್ಥ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
ಉದಾಹರಣೆ :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : ৰং-ধেমালি
ಅರ್ಥ : খেলৰ প্রদর্শন
ಉದಾಹರಣೆ :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
ಸಮಾನಾರ್ಥಕ : খেল
ಅರ್ಥ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
ಸಮಾನಾರ್ಥಕ : ক্রীড়া কৰা