ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কণী ফুটি ওলোৱা ডেউকা আৰু পাখি থকা এবিধ উৰিব পৰা প্রাণী
ಉದಾಹರಣೆ : বিলৰ পাৰত ৰং-বিৰঙৰ চৰাই পৰি আছে
ಸಮಾನಾರ್ಥಕ : খগ, গগণপতি, চৰাই, পক্ষধৰ, পক্ষী, পখী, পতগ, পত্রী, বিহংগম, বিহগ
ಅರ್ಥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কামুক, খেচেৰা, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
ಅರ್ಥ : যি ব্যভিচাৰ কৰে
ಉದಾಹರಣೆ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
ಸಮಾನಾರ್ಥಕ : কামী, কামুক, খেচেৰা, ব্যভিচাৰী, লম্পট, লুচ্ছা
ಸ್ಥಾಪನೆ