ಅರ್ಥ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
ಉದಾಹರಣೆ :
শিশুটোৰ চুলি খুৰোৱা হʼল
ಅರ್ಥ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
ಉದಾಹರಣೆ :
নাপিতে তেওঁৰ মূৰ খুৰাইছে
ಸಮಾನಾರ್ಥಕ : মুণ্ডন কৰা
ಅರ್ಥ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
ಉದಾಹರಣೆ :
নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
ಸಮಾನಾರ್ಥಕ : মুণ্ডন কৰা