ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খুৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খুৰা   বিশেষ্য

ಅರ್ಥ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ

ಉದಾಹರಣೆ : খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে

ಸಮಾನಾರ್ಥಕ : খুড়া

ಅರ್ಥ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে

ಉದಾಹರಣೆ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল

ಸಮಾನಾರ್ಥಕ : খুটা

ಅರ್ಥ : দেউতাৰ ভায়েক:মোৰ খুৰা এজন নাম কৰা ডাক্তৰ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : খুৰাদেউ, দদাই, দদাইদেউ

ಅರ್ಥ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ

ಉದಾಹರಣೆ : ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে