ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খুন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খুন   বিশেষ্য

ಅರ್ಥ : কোনো মানুহ, প্রাণী আদিক জানিবুজি কোনো উদ্দেশ্যৰে মাৰি পেলোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ নিজৰ দেউতাকক হত্যা কৰিলে যিকোনো প্রাণীকে হত্যা কৰা মহাপাপ

ಸಮಾನಾರ್ಥಕ : বধ, হত্যা

ಅರ್ಥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

ಉದಾಹರಣೆ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

ಸಮಾನಾರ್ಥಕ : তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

ಅರ್ಥ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

ಉದಾಹರಣೆ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

ಸಮಾನಾರ್ಥಕ : নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন