ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ಉದಾಹರಣೆ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
ಸಮಾನಾರ್ಥಕ : পিলাৰ, স্তম্ভ, স্থানু
ಅರ್ಥ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
ಉದಾಹರಣೆ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
ಸಮಾನಾರ್ಥಕ : খুৰা
ಅರ್ಥ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
ಉದಾಹರಣೆ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
ಸಮಾನಾರ್ಥಕ : কামোৰা, ডকা
ಸ್ಥಾಪನೆ