ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন
ಅರ್ಥ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ಉದಾಹರಣೆ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
ಸಮಾನಾರ್ಥಕ : গৱাক্ষ, বাতায়ন
ಅರ್ಥ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ಉದಾಹರಣೆ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
ಸಮಾನಾರ್ಥಕ : খিৰিকী, গৱাক্ষ, বাতায়ন
ಅರ್ಥ : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে
ಉದಾಹರಣೆ : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে
ಸ್ಥಾಪನೆ