ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খাৰিজ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খাৰিজ   বিশেষণ

ಅರ್ಥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ಉದಾಹರಣೆ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

ಸಮಾನಾರ್ಥಕ : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

ಅರ್ಥ : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

ಉದಾಹರಣೆ : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

ಸಮಾನಾರ್ಥಕ : নাকচ, ৰদ

ಅರ್ಥ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

ಉದಾಹರಣೆ : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

ಸಮಾನಾರ್ಥಕ : বহিষ্কৃত

ಅರ್ಥ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

ಉದಾಹರಣೆ : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

ಸಮಾನಾರ್ಥಕ : বহিষ্কৃত