ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো লোকৰ বা বস্তুবাহানিৰ পৃথকে পৃথকে হিচাপ ৰখা বহী
ಉದಾಹರಣೆ : দোকানীজনে মোৰ হিচাপখিনি কৰিবৰ কাৰণে খাটা-বহী উলিয়ালে
ಸಮಾನಾರ್ಥಕ : খাটা বহী, খাটা-বহী
ಅರ್ಥ : বেংকৰ দ্বাৰা দিয়া এক ধৰণৰ নিধিৰ হিচাপ-নিকাচ কৰিব পৰা বহী
ಉದಾಹರಣೆ : মোৰ খাটাত মাত্র পাঁচশ টকা আছে
ಸಮಾನಾರ್ಥಕ : একাউণ্ট, একাউণ্ট বহী
ಸ್ಥಾಪನೆ