ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মনোযোগ দিয়া
ಉದಾಹರಣೆ : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
ಸಮಾನಾರ್ಥಕ : সোধ
ಅರ್ಥ : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়
ಉದಾಹರಣೆ : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই
ಸಮಾನಾರ್ಥಕ : খা-খবৰ, শুংসূত্র
ಅರ್ಥ : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ಉದಾಹರಣೆ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ
ಅರ್ಥ : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ಉದಾಹರಣೆ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
ಸಮಾನಾರ್ಥಕ : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
ಅರ್ಥ : মুখেৰে কোৱা কোনো সমাচাৰ
ಉದಾಹರಣೆ : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
ಸಮಾನಾರ್ಥಕ : বাতৰি, সন্দেশ
ಅರ್ಥ : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
ಉದಾಹರಣೆ : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
ಸಮಾನಾರ್ಥಕ : জাননী, বাতৰি
ಸ್ಥಾಪನೆ