ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খণ্ড ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খণ্ড   বিশেষ্য

ಅರ್ಥ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ

ಉದಾಹರಣೆ : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে

ಅರ್ಥ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

ಉದಾಹರಣೆ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

ಸಮಾನಾರ್ಥಕ : টুকুৰা, পীচ

ಅರ್ಥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ಉದಾಹರಣೆ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ಸಮಾನಾರ್ಥಕ : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ

ಅರ್ಥ : যিকোনো বস্তুৰ গোটা টুকুৰা

ಉದಾಹರಣೆ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

ಸಮಾನಾರ್ಥಕ : টুকুৰা

ಅರ್ಥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ಉದಾಹರಣೆ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

ಸಮಾನಾರ್ಥಕ : অধ্যায়, পর্ব

ಅರ್ಥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ಉದಾಹರಣೆ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ಸಮಾನಾರ್ಥಕ : অংক, নম্বৰ, সংখ্যা

ಅರ್ಥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ಉದಾಹರಣೆ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

ಸಮಾನಾರ್ಥಕ : টুকুৰা, ভাগ

ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ