ಅರ್ಥ : বহুত বেছি পৰিশ্রম কৰা
ಉದಾಹರಣೆ :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
ಅರ್ಥ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
ಉದಾಹರಣೆ :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
ಸಮಾನಾರ್ಥಕ : কামত লগোৱা