ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কৰা   বিশেষ্য

ಅರ್ಥ : কোনো কাম কৰা কার্য ্বা ভাৱ

ಉದಾಹರಣೆ : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

ಸಮಾನಾರ್ಥಕ : কাম কৰা

কৰা   ক্ৰিয়া

ಅರ್ಥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ಉದಾಹರಣೆ : আমি দুগোল দিলোঁ

ಸಮಾನಾರ್ಥಕ : দিয়া, বনোৱা

ಅರ್ಥ : চৰিতার্থ ্কৰা

ಉದಾಹರಣೆ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

ಸಮಾನಾರ್ಥಕ : পালন কৰা

ಅರ್ಥ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

ಉದಾಹರಣೆ : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

ಅರ್ಥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

ಉದಾಹರಣೆ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

ಸಮಾನಾರ್ಥಕ : লাগি থকা

ಅರ್ಥ : (ত) লগোৱা বা কৰা

ಉದಾಹರಣೆ : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

ಅರ್ಥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ಉದಾಹರಣೆ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

ಸಮಾನಾರ್ಥಕ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

ಅರ್ಥ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ಉದಾಹರಣೆ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

ಸಮಾನಾರ್ಥಕ : বনোৱা, সজোৱা