ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ಉದಾಹರಣೆ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ, খাজনা, টেক্স, শুল্ক
ಅರ್ಥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ಉದಾಹರಣೆ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ, খাজনা, খেৰাজ, টেক্স, শুল্ক
ಸ್ಥಾಪನೆ