ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ಉದಾಹರಣೆ : তাৰ হাতত বৰ জোৰ আছে
ಸಮಾನಾರ್ಥಕ : পাণি, ভূজ, হস্ত, হাত
ಅರ್ಥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ಉದಾಹರಣೆ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
ಅರ್ಥ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ಉದಾಹರಣೆ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
ಸಮಾನಾರ್ಥಕ : হস্ত, হাত
ಅರ್ಥ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : পাণি, হস্ত, হাত
ಅರ್ಥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ಉದಾಹರಣೆ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
ಅರ್ಥ : মণিবন্ধৰ আগৰ অংশ
ಉದಾಹರಣೆ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
ಸಮಾನಾರ್ಥಕ : হাত
ಸ್ಥಾಪನೆ