ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
ಉದಾಹರಣೆ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
ಸಮಾನಾರ್ಥಕ : অৱক্ষয়
ಅರ್ಥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ಉದಾಹರಣೆ : কাৰো অপকাৰ নকৰিবা
ಸಮಾನಾರ್ಥಕ : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
ಅರ್ಥ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
ಉದಾಹರಣೆ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
ಸಮಾನಾರ್ಥಕ : অপচয়, হ্রাস
ಅರ್ಥ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ಉದಾಹರಣೆ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
ಸಮಾನಾರ್ಥಕ : উচ্ছেদ, নিপাত, বিলোপ, লোপ
ಸ್ಥಾಪನೆ