ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ক্ষেত্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ক্ষেত্র   বিশেষ্য

ಅರ್ಥ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ಉದಾಹರಣೆ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

ಸಮಾನಾರ್ಥಕ : ভাগ

ಅರ್ಥ : দীঘল আৰু বহল সমতল ভূমি

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে

ಸಮಾನಾರ್ಥಕ : পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান

ಅರ್ಥ : যʼত কোনোৱে সক্রিয় ভাবে থাকে, কাম কৰে, বা কোনো কার্য ্সঞ্চালিত হয় অথবা নিয়ন্ত্রিত হয় তেনেধৰণৰ মানিলোৱা এখন ক্ষেত্র

ಉದಾಹರಣೆ : তেওঁ শিক্ষাৰ ক্ষেত্রত বহুত আগত আছে

ಅರ್ಥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

ಉದಾಹರಣೆ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

ಸಮಾನಾರ್ಥಕ : জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান

ಅರ್ಥ : মাটিৰ এক খণ্ড

ಉದಾಹರಣೆ : গ্রাম্য অঞ্চলত এতিয়াও বিদ্যুতৰ সমস্যা হৈ থাকে

ಸಮಾನಾರ್ಥಕ : অঞ্চল, এলেকা, প্রান্ত, ভূখণ্ড

ಅರ್ಥ : যি স্থানত কোনো বিশেষ কার্য ্কৰা হয় বা যি স্থান কোনো বিশেষ কামৰ বাবে সংৰক্ষিত

ಉದಾಹರಣೆ : সৈনিকৰ প্রশিক্ষণ ক্ষেত্রলৈ আমি যাব নোৱাৰো