ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ
ಉದಾಹರಣೆ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : কৃশ, কেটেঙা, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা, শী্র্ণ
ಅರ್ಥ : শাৰীৰিকভাৱে ক্ষীণ
ಉದಾಹರಣೆ : অসুখৰ বাবে তেওঁ বহুত ক্ষীণ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : শী্র্ণ, ্দুর্বল
ಸ್ಥಾಪನೆ