ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ ক্ষমতা বা শক্তি নাই
ಉದಾಹರಣೆ : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : অক্ষম, অথাৱৰ, অথৰ, অশক্ত, ক্ষীণ শক্তি, ক্ষীণবল, বলহীন, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
ಅರ್ಥ : যাৰ ক্ষমতা নাথাকে
ಉದಾಹರಣೆ : ডাঙৰতকৈও ডাঙৰ পদাধিকাৰী অৱসৰৰ পিছত ক্ষমতাহীন হৈ পৰে
ಸಮಾನಾರ್ಥಕ : প্রতাপহীন, প্রভাৱহীন
ಸ್ಥಾಪನೆ