ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
ಉದಾಹರಣೆ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
ಸಮಾನಾರ್ಥಕ : এনার্জি, তেজ, শক্তি
ಅರ್ಥ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
ಉದಾಹರಣೆ : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
ಸಮಾನಾರ್ಥಕ : ধাৰণ ক্ষমতা
ಅರ್ಥ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
ಉದಾಹರಣೆ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
ಸಮಾನಾರ್ಥಕ : উপযুক্ততা, যোগ্যতা, সামর্থ্য
ಅರ್ಥ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
ಸಮಾನಾರ್ಥಕ : শক্তি, সামর্থ্য
ಸ್ಥಾಪನೆ